প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম জয়ন্তীত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰজীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
17 APR 2022 8:47AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰজীৰ জন্ম জয়ন্তীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে চন্দ্ৰ শেখৰজী আছিল এক মহান ব্যক্তিত্বৰ অধিকাৰী। গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি তেওঁৰ অংগীকাৰ আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে তেওঁ ব্যাপকভাৱে প্ৰশংসিত হৈছিল।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"চন্দ্ৰ শেখৰজী আছিল এক মহান ব্যক্তিত্বৰ অধিকাৰী। গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি তেওঁৰ অংগীকাৰ আৰু দৰিদ্ৰতা দূৰীকৰণৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে তেওঁ ব্যাপকভাৱে প্ৰশংসিত হৈছিল। তেওঁ সদায় দলিত আৰু প্রান্তীয় লোকসকলৰ কল্যাণৰ বাবে কাম কৰিছিল। তেওঁৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।"
***
DS/ST/KG
(रिलीज़ आईडी: 1817985)
आगंतुक पटल : 179
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam