প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গুজৰাটৰ জিলা পঞ্চায়তৰ সদস্যসকলৰে মিলিত প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 15 APR 2022 10:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জিলা পঞ্চায়তৰ সদস্যসকলৰ সৈতে মিলিত হয়। তেখেতে গাওঁসমূহত জীৱন-যাত্ৰাৰ মানদণ্ড আৰু আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনৰ উপায় সন্দৰ্ভত তেওঁলোকৰ মতামতক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ

 "গুজৰাটৰ জিলা পঞ্চায়তৰ সদস্যসকলৰ সৈতে এক সুন্দৰ বৈঠকত মিলিত হওঁ। গাওঁসমূহত জীৱন-যাত্ৰাৰ মানদণ্ড আৰু আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনৰ উপায় সন্দৰ্ভত তেওঁলোকে অন্তৰ্দৃষ্টিপূৰ্ণ মতামত আগবঢ়াইছিল।"

 

***

DS/SB


(रिलीज़ आईडी: 1817449) आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam