প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

খালচা সাজনা দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 14 APR 2022 5:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে খালচা সাজনা দিৱসৰ বিশেষ উপলক্ষত শিখসকলকে প্ৰমুখ্য কৰি আটাইকে শুভেচ্ছা জ্ঞাপন কৰিছে। তেখেতে কয় যে খালচা পন্থই সমগ্ৰ বিশ্বখনৰ অগণিত লোককে অনুপ্ৰাণিত কৰি আহিছে। ইয়াৰদ্বাৰা উদ্বুদ্ধ হৈয়েই শিখসকলে সমগ্ৰ বিশ্বৰ ভিন্ন ক্ষেত্ৰত নিজকে বিশিষ্ট কৰি তুলিছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰেঃ

"খালচা সাজনা দিৱসৰ বিশেষ উপলক্ষত শিখসকলকে প্ৰমুখ্য কৰি আটাইকে শুভেচ্ছা জনাইছো। খালচা পন্থই সমগ্ৰ বিশ্বখনৰ অগণিত লোককে অনুপ্ৰাণিত কৰি আহিছে। ইয়াৰদ্বাৰা উদ্বুদ্ধ হৈয়েই শিখসকলে সমগ্ৰ বিশ্বৰ ভিন্ন ক্ষেত্ৰত নিজকে বিশিষ্ট কৰি তুলিছে।"

"ਖਾਲਸਾ ਸਾਜਨਾ ਦਿਵਸ ਦੇ ਵਿਸ਼ੇਸ਼ ਅਵਸਰ 'ਤੇ ਸਭ ਨੂੰ ਖਾਸ ਕਰਕੇ ਸਿੱਖਾਂ ਨੂੰ ਵਧਾਈਆਂ। ਖਾਲਸਾ ਪੰਥ ਦੁਨੀਆ ਭਰ ਦੇ ਅਣਗਿਣਤ ਲੋਕਾਂ ਨੂੰ ਪ੍ਰੇਰਿਤ ਕਰਦਾ ਹੈ। ਇਸ ਤੋਂ ਪ੍ਰੇਰਿਤ ਹੋ ਕੇ, ਸਿੱਖਾਂ ਨੇ ਵੱਖ-ਵੱਖ ਖੇਤਰਾਂ ਵਿੱਚ ਵਿਸ਼ਵ ਪੱਧਰ 'ਤੇ ਆਪਣੀ ਵੱਖਰੀ ਪਹਿਚਾਣ ਬਣਾਈ ਹੈ।"

***

DS/SB


(ৰিলিজ আই ডি : 1817448) অতিথি কক্ষ : 169