প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশৰ এলুৰুস্থিত এটা ৰসায়ন প্ৰতিষ্ঠানত হোৱা দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে
प्रविष्टि तिथि:
14 APR 2022 1:08PM by PIB Guwahati
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ এলুৰুস্থিত এটা ৰসায়ন প্ৰতিষ্ঠানত হোৱা দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। তেওঁ আহতসকল সোনকালে সুস্থ হোৱাৰ বাবেও প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;
"অন্ধ্ৰপ্ৰদেশৰ এলুৰুস্থিত এটা ৰসায়ন প্ৰতিষ্ঠানত দুৰ্ঘটনাৰ ফলত হোৱা মানুহৰ মৃত্যুত দুখ পাইছো। শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা। আহতসকল সোনকালে সুস্থ হোৱাৰ কামনা কৰিছো: পিএম @narendramodi"
***
DS/ST
(रिलीज़ आईडी: 1817170)
आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam