প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জল জীৱন মিছনে দেশৰ বিকাশক নতুন গতি প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী

Posted On: 09 APR 2022 9:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে জল জীৱন মিছনে আজি দেশৰ বিকাশক নতুন গতি প্ৰদান কৰিছে। তেওঁ লগতে কয় যে যোৱা ৩ বছৰতকৈও কম সময়ত কোটি কোটি ঘৰলৈ পানী গৈ পাইছে যি জন-আকাংক্ষা আৰু জন-অংশগ্ৰহণৰ এটা উৎকৃষ্ট উদাহৰণ।

প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কৈছে;

"জল জীৱন মিছনে আজি দেশৰ বিকাশক এক নতুন গতি প্ৰদান কৰিছে। যোৱা ৩ বছৰতকৈও কম সময়ত যেনেদৰে কোটি কোটি ঘৰত নলেৰে পানী গৈ পাইছে, সেয়া জন-আকাংক্ষা আৰু জন-অংশগ্ৰহণৰ এটা ডাঙৰ উদাহৰণ।"

 

**********

DS/ST



(Release ID: 1815900) Visitor Counter : 135