প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেতাজী সুভাষ চন্দ্ৰ বসুৰ মূৰ্তি গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
05 APR 2022 2:40PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শিল্পী অৰুণ যোগীৰাজৰ পৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ এটি মূৰ্তি গ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে টুইট কৰে এইদৰে,
"আজি যোগীৰাজ অৰুণক লগ পাই আনন্দিত হৈছোঁ। নেতাজী চন্দ্ৰ বসুৰ এই ব্যতিক্ৰমী মূৰ্তিটো প্ৰদান কৰাৰ বাবে তেওঁৰ ওচৰত কৃতজ্ঞ।"
****************************************************
DS/KG
(ৰিলিজ আই ডি : 1815885)
অতিথি কক্ষ : 149
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada