প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ইণ্টেলৰ চিইঅ' পেট জেলছিংগাৰক সাক্ষাৎ কৰে

পোষ্ট কৰা হৈছে: 06 APR 2022 11:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্টেলৰ মুখ্য কাৰ্যবাহী বিষয়া, পেট জেলছিংগাৰক সাক্ষাৎ কৰে আৰু প্ৰযুক্তি, গৱেষণা তথা উদ্ভাৱন সম্পৰ্কীয় বিষয়ৰ ওপৰত আলোচনা কৰে। তেওঁ ভাৰতৰ প্ৰতি পেট জেলছিংগাৰৰ ইতিবাচক দৃষ্টিভঙ্গীৰো প্ৰশংসা কৰে।

ইণ্টেলৰ চিইঅ'ৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"পেট জেলছিংগাৰৰ সৈতে সাক্ষাৎ কৰি আনন্দিত হ'লো! আমি প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱন সম্পৰ্কীয় বিষয়ৰ ওপৰত উৎকৃষ্ট আলোচনা কৰিলো। মই ভাৰতৰ প্ৰতি আপোনাৰ ইতিবাচক দৃষ্টিভঙ্গীৰ প্ৰশংসা কৰিছো।"

 

***

DS/ST


(ৰিলিজ আই ডি : 1814375) অতিথি কক্ষ : 155