পোষ্ট কৰা হৈছে:
28 MAR 2022 10:26PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পদ্ম বঁটা প্ৰদান অনুষ্ঠানৰ কিছু আভাস প্ৰদান কৰে য'ত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলক বঁটাৰে সন্মানিত কৰা হয়।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"আজিৰ অনুষ্ঠানৰ কিছু আভাস, য'ত জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকসকলক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। "
********
DS/ST/RD