প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিহাৰ দিৱসত বিহাৰবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
22 MAR 2022 9:02AM by PIB Guwahati
বিহাৰ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"বিহাৰৰ প্ৰতিগৰাকী ভ্ৰাতৃ আৰু ভগ্নীলৈ বিহাৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জনালো। ঐতিহাসিক আৰু সাংস্কৃতিক উত্তৰাধিকাৰত সমৃদ্ধ ৰাজ্যখনে যেন বিকাশৰ নতুন শিখৰত উপনীত হয়, মই তাৰে কামনা কৰিলো।"
***
DS/ST/SB
(ৰিলিজ আই ডি : 1808538)
অতিথি কক্ষ : 184
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam