প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দেশবাসীক শিখ নৱবৰ্ষৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 MAR 2022 12:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে শিখ নৱবৰ্ষ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়:

"শিখ নৱবৰ্ষৰ আৰম্ভণিৰ বাবে অভিনন্দন। গুৰুৱে সকলোকে সুস্বাস্থ্য আৰু সমৃদ্ধিৰে আশীৰ্বাদ কৰক। গুৰু চাহিবৰ শিক্ষাৰ পোহৰ সমগ্ৰ বিশ্বতে জিলিকি থাকক। "

***

DS/SH/RD


(रिलीज़ आईडी: 1808013) आगंतुक पटल : 221
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam