প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীযুত য়ুন চক-য়ুলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 10 MAR 2022 10:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰাৰ বাবে শ্ৰী যুন চক-য়ুলক অভিনন্দন জ্ঞাপন কৰে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়:

"ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে মই ইউন চক-য়ুলক আন্তৰিক অভিনন্দন জনাইছো। ভাৰত-কোৰিয়া গণৰাজ্যৰ নিৰ্দিষ্ট কৌশলগত অংশীদাৰীত্বক আগুৱাই নিয়া আৰু শক্তিশালী কৰাৰ বাবে মই তেওঁলোকৰ সৈতে কাম কৰাৰ বাবে আশাবাদী। "

 

***

DS/SH/RD



(Release ID: 1808008) Visitor Counter : 123