প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ক’ভিড-১৯ৰ সংক্ৰমণৰ পৰা বাৰাক ওবামাৰ আশু আৰোগ্য কামনা কৰি প্ৰধানমন্ত্ৰীৰ বাৰ্তা
পোষ্ট কৰা হৈছে:
14 MAR 2022 9:14AM by PIB Guwahati
ক’ভিড-১৯ৰ সংক্ৰমণৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ আশু আৰোগ্য কামনা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰ্তা প্ৰেৰণ কৰিছে। আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতিগৰাকীৰ এটি টুইট বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;
“ক’ভিড-১৯ৰ সংক্ৰমণৰ পৰা @বাৰাক ওবামাৰ আশু আৰোগ্য কামনাৰ লগতে তেওঁৰ পৰিয়ালবৰ্গৰ সু-স্বাস্থ্য আৰু কল্যাণ কামনা কৰি মই শুভ কামনা জ্ঞাপন কৰিছো”।
***
DS/SH/KB
(ৰিলিজ আই ডি : 1806464)
অতিথি কক্ষ : 203
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam