প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দেশবাসীক মহাশিৱৰাত্ৰিৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 MAR 2022 8:48AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাশিৱৰাত্ৰি উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়:

 

"মহাশিৱৰাত্ৰিৰ পৱিত্ৰ উপলক্ষে আপোনালোক সকলোকে শুভকামনা জনাইছো। দেৱৰো দেৱ মহাদেৱ সকলোৰে কল্যাণ হওক। ঔঁম নাম: শিৱায়। "

 

***

DS/SH/RD


(रिलीज़ आईडी: 1802562) आगंतुक पटल : 209
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam