প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজীভাই দেশাইলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 28 FEB 2022 9:09AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজীভাই দেশাইলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়:

"মই আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী মোৰাৰজীভাই দেশাইক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ৰাষ্ট্ৰ নিৰ্মাণত তেওঁৰ স্মৰণীয় অৱদানৰ বাবে তেওঁক ব্যাপকভাৱে সন্মান কৰা হয়। তেওঁ ভাৰতক অধিক সমৃদ্ধিশালী কৰি তুলিবলৈ ব্যাপক প্ৰচেষ্টা চলাইছিল। তেওঁ সদায় ৰাজহুৱা জীৱনত বিশুদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। "

 

***

DS/SH/RD


(रिलीज़ आईडी: 1802557) आगंतुक पटल : 189
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam