প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মস্কো উশ্বু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয়ৰ বাবে চাদিয়া তাৰিকক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 26 FEB 2022 9:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মস্কো উশ্বু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক অৰ্জনৰ বাবে চাদিয়া তাৰিকক অভিনন্দন জ্ঞাপন কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মস্কো উশ্বু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয়ৰ বাবে চাদিয়া তাৰিকক অভিনন্দন জনাইছো। তেওঁৰ সফলতাই বহু উদীয়মান খেলুৱৈক অনুপ্ৰাণিত কৰিব। তেওঁৰ ভৱিষ্যৎ প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছো।"

 

***

DS/SH/SB



(Release ID: 1801713) Visitor Counter : 133