প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰ প্ৰদেশৰ কুশীনগৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
17 FEB 2022 10:02AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ কুশীনগৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে স্থানীয় প্ৰশাসনে সকলো সম্ভৱ সহায় আগবঢ়াই আছে।
প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়;
"উত্তৰ প্ৰদেশৰ কুশীনগৰত সংঘটিত ঘটনাটো হৃদয়বিদাৰক। যিসকলে ইয়াত প্ৰাণ হেৰুৱাইছে তেওঁলোকৰ পৰিয়াললৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। একে সময়তে, মই আঘাতপ্ৰাপ্তসকলৰ আশু আৰোগ্য কামনা কৰিছো। স্থানীয় প্ৰশাসনে সহায় কৰিবলৈ সকলো সম্ভৱ চেষ্টা কৰি আছে। "
***
DS/LP/AK/IG/RD
(ৰিলিজ আই ডি : 1800492)
অতিথি কক্ষ : 187
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam