প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ক’ভিডৰ পৰা ৰাণী এলিজাবেথৰ দ্রুত আৰোগ্য কামনা প্রধানমন্ত্রীৰ

प्रविष्टि तिथि: 20 FEB 2022 11:15PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ক’ভিডৰ পৰা ৰাণী এলিজাবেথৰ দ্রুত আৰোগ্য আৰু সু-স্বাস্থ্য কামনা কৰে৷

গ্রেট ব্ৰিটেইনৰ প্রধানমন্ত্রী শ্ৰীযুত বৰিছ জনছনৰ এক টুইটৰ প্ৰত্যুত্তৰত প্রধানমন্ত্রীয়ে কয়, “মই ৰাণী এলিজাবেথৰ দ্রুত আৰোগ্য আৰু সু-স্বাস্থ্য কামনা কৰিছো৷"

 

***

DS/SH/DB


(रिलीज़ आईडी: 1800191) आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam