পোষ্ট কৰা হৈছে:
20 FEB 2022 9:09AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱস উপলক্ষে মিজোৰামৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"মিজোৰামৰ জনসাধাৰণক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছো। ভাৰতে স্পন্দনশীল মিজো সংস্কৃতি আৰু ৰাষ্ট্ৰীয় প্ৰগতিলৈ মিজোৰামৰ বৰঙণিৰ বাবে যথেষ্ট গৌৰৱান্বিত। মই মিজোৰামৰ জনসাধাৰণৰ সু স্বাস্থ্য আৰু কল্যাণৰ বাবে প্ৰাৰ্থনা জনালো।"
***
DS/SH/SB