প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাজা সূৰজমলৰ জন্মদিনত প্রধানমন্ত্রীৰ শ্রদ্ধার্ঘ
प्रविष्टि तिथि:
13 FEB 2022 3:02PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে মহাৰাজা সূৰজমলক তেওঁৰ জন্মদিনত শুভেচ্ছা জনাইছে।
এটা ট্যুইট বার্তাত প্রধানমন্ত্রীয়ে কৈছে, "মহান যোদ্ধা তথা জনসাধাৰণৰ বাবে যি নিজৰ জীৱন উৎসর্গ কৰিছিল, সেই মহাৰাজা সূৰজমলক তেওঁৰ জন্মদিনত কোটি কোটি প্রণাম জনাইছো"
***
DS/SH
(रिलीज़ आईडी: 1798248)
आगंतुक पटल : 231
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam