প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম শতবাৰ্ষিকীত পণ্ডিত ভীমসেন যোশীক স্মৰণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
04 FEB 2022 7:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন্ম বাৰ্ষিকী উপলক্ষে পণ্ডিত ভীমসেন যোশীক স্মৰণ কৰে।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"বহুমুখী প্ৰতিভাধৰ পণ্ডিত ভীমসেন যোশী জীৰ জন্ম শতবাৰ্ষিকীত তেওঁক স্মৰণ কৰিছো। তেওঁৰ কৰ্মৰাজিৰে তেওঁ ভাৰতীয় সংগীত আৰু সংস্কৃতিক জনপ্ৰিয়কৰণত গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছিল। তেওঁ তদুপৰি তেওঁৰ উপস্থাপনৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰক একত্ৰিত কৰিছিল।"
***
DS/SH/SB
(रिलीज़ आईडी: 1796071)
आगंतुक पटल : 234
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam