প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতৰ ৭৩ তম গণতন্ত্ৰ দিৱসত শুভেচ্ছা জনোৱাৰ বাবে বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 26 JAN 2022 9:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৭৩ সংখ্যক গণতন্ত্ৰ দিৱসত বিশ্বৰ নেতাসকলক শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

নেপালৰ প্ৰধানমন্ত্ৰীয়ে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাক ধন্যবাদ। আমি আমাৰ শতিকা পুৰণি বন্ধুত্বক অধিক শক্তিশালী কৰিবলৈ একেলগে কাম কৰি যাম। '

 

***

DS/SH/RD



(Release ID: 1793719) Visitor Counter : 31