পোষ্ট কৰা হৈছে:
26 JAN 2022 9:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৭৩ সংখ্যক গণতন্ত্ৰ দিৱসত বিশ্বৰ নেতাসকলক শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
নেপালৰ প্ৰধানমন্ত্ৰীয়ে কৰা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;
"আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবাক ধন্যবাদ। আমি আমাৰ শতিকা পুৰণি বন্ধুত্বক অধিক শক্তিশালী কৰিবলৈ একেলগে কাম কৰি যাম। '
***
DS/SH/RD