প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী বালাচাহেব ঠাকৰেৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
23 JAN 2022 9:36AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী বালাচাহেব ঠাকৰেৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়;
"মই শ্ৰী বালাচাহেব ঠাকৰেৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁক সদায় এজন উৎকৃষ্ট নেতা হিচাপে স্মৰণ কৰা হ'ব যি সদায় মানুহৰ কাষত থিয় দিছিল।"
***
DS/SH/RD
(ৰিলিজ আই ডি : 1792928)
অতিথি কক্ষ : 180
ত এই ৰিলিজটো পঢ়ক:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada