প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে হিমাচল প্ৰদেশৰ জনসাধাৰণক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনায়

प्रविष्टि तिथि: 25 JAN 2022 10:24AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ জনসাধাৰণক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, হিমাচল প্ৰদেশৰ সকলো জনসাধাৰণক প্ৰতিষ্ঠা দিৱসৰ শুভকামনা জনাইছো। মই কামনা কৰিছো যে প্ৰকৃতিৰ কোলাত প্ৰতিষ্ঠিত এই ৰাজ্যখনে নিৰন্তৰ প্ৰগতিৰ পথেৰে আগবাঢ়ি যাওক আৰু দেশৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক।

 

***

DS/SH/MS


(रिलीज़ आईडी: 1792473) आगंतुक पटल : 234
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam