প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কিংবদন্তী কথক নৃত্যশিল্পী পণ্ডিত বিৰজু মহাৰাজৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 17 JAN 2022 9:50AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তী কথক নৃত্যশিল্পী পণ্ডিত বিৰজু মহাৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁৰ মৃত্যু কলা জগতৰ বাবে এক অপূৰণীয় ক্ষতি।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

‘সমগ্ৰ বিশ্বতে ভাৰতীয় নৃত্য কলাক এক অনন্য পৰিচয় প্ৰদান কৰা পণ্ডিত বিৰজু মহাৰাজজীৰ মৃত্যুত অতি মৰ্মাহত হৈছোঁ। তেওঁৰ মহাপ্ৰয়াণ কলা জগতৰ বাবে এক অপূৰণীয় ক্ষতি।শোকৰ এই সময়ত তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মোৰ সমবেদনা জনাইছোঁ। ওম শান্তি!’


 

***

DS/SH/KG


(रिलीज़ आईडी: 1790909) आगंतुक पटल : 237
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam