প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে লোহৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে

प्रविष्टि तिथि: 13 JAN 2022 6:01PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোহৰী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, ‘সকলোকে লোহৰীৰ শুভকামনা জনাইছো। এই শুভ ক্ষণত মই সকলোৰে সুস্বাস্থ্য আৰু কল্যাণ কামনা কৰিছো। এই বিশেষ দিনটোৱে আমাৰ সমাজত ভাতৃত্ববোধৰ এনাজৰী অধিক কটকটীয়া কৰিব।’

 

***

DS/SH/MS


(रिलीज़ आईडी: 1790307) आगंतुक पटल : 172
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam