পোষ্ট কৰা হৈছে:
13 JAN 2022 8:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগত সংঘটিত ৰে'ল দুৰ্ঘটনা সন্দৰ্ভত ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰে বাৰ্তালাপ কৰে আৰু পৰিস্থিতিৰ বুজ লয়।
এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"পশ্চিম বংগত সংঘটিত ৰে'ল দুৰ্ঘটনা সন্দৰ্ভত ৰে'ল মন্ত্ৰী শ্ৰী @AshwiniVaishnaw ৰ সৈতে বাৰ্তালাপ কৰো আৰু পৰিস্থিতিৰ বুজ লওঁ। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ ক্ষীপ্ৰ আৰোগ্য কামনা কৰিলো।"
***
DS/SH/SB