প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা অন্ধ্ৰ প্ৰদেশৰ বাছ দুৰ্ঘটনাত পতিত সকলৰ বাবে ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰীৰ

Posted On: 15 DEC 2021 9:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰীত সংঘটিত বাছ দুৰ্ঘটনাত নিহত সকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ক্ষতিপূৰণ ঘোষণা কৰিছে।


এক টুইটযোগে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়:


"প্ৰধানমন্ত্ৰী @narendramodi অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাৱৰীত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰতিজন নিহতৰ নিকটাত্মীয়ক প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।"


***


DS/SH/RD



(Release ID: 1788904) Visitor Counter : 137