প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৌ সেনা দিৱসত ভাৰতীয় নৌসেনাক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 04 DEC 2021 11:02AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৌ সেনা দিৱস উপলক্ষে ভাৰতীয় নৌসেনাৰ জোৱানসকলক শুভেচ্ছা জ্ঞাপন কৰিছে।

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"নৌ সেনা দিৱসৰ শুভেচ্ছা জনালো। ভাৰতীয় নৌ সেনাৰ দৃষ্টান্তমূলক বৰঙণিৰ বাবে আমি গৌৰৱান্বিত। আমাৰ নৌসেনাক স্বকীয় পেছাদাৰিতা আৰু অসামান্য সাহসৰ বাবে বহুলভাৱে সন্মান জনোৱা হয়। প্ৰাকৃতিক দুৰ্য্যোগৰ দৰে সংকটৰ পৰিস্থিতি প্ৰশমনৰ ক্ষেত্ৰত আমাৰ নৌসেনাৰ জোৱানসকলে সদায়েই আগ-ভাগ লৈ আহিছে।"

***

DS/SH/SB


(रिलीज़ आईडी: 1787644) आगंतुक पटल : 228
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Telugu , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Kannada , Malayalam