প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘মাতা বৈষ্ণো দেৱী ভৱন’ত পদপৃষ্ট হোৱাসকলৈ ‘পিএমএনআৰএফ’-ৰ পৰা আগবঢ়াব খোজা এককালীন সাহায্যৰ প্ৰস্তাৱলৈ প্ৰধানমন্ত্ৰীৰ অনুমোদন

प्रविष्टि तिथि: 01 JAN 2022 12:08PM by PIB Guwahati

‘মাতা বৈষ্ণো দেৱী ভৱন’ত পদপৃষ্ট হোৱাসকলৈ ‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি’(পিএমএনআৰএফ)-ৰ পৰা আগবঢ়াব খোজা এককালীন সাহায্যৰ প্ৰস্তাৱলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনুমোদন জনাইছো।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বাৰ্তাত কোৱা হয়;

“মাতা বৈষ্ণো দেৱী ভৱন’ত পদপৃষ্ট হৈ নিহত হোৱাসকলৰ প্ৰতিগৰাকীৰ নিকটাত্মীয়লৈ ২লাখকৈ টকা এককালীন সাহায্য হিচাপে আগবঢ়োৱা হ’ব। এই ঘটনাত আহত হোৱাসকলক ৫০,০০০টকাকৈ দিয়া হ’ব: PM @narendramodi"

 

***

DS/SH/KB


(रिलीज़ आईडी: 1787086) आगंतुक पटल : 161
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam