প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱ বৰ্ষ উপলক্ষে ৰাষ্ট্ৰবাসীক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 JAN 2022 12:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰবাসীলৈ নৱ বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

এটি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"শুভ ২০২২!

এই বছৰটোৱে যেন সকলোৰে জীৱনলৈ আনন্দ আৰু সুস্বাস্থ্যৰ প্ৰাচুৰ্য্যৰ সঞ্চাৰ ঘটায়।

আমি যেন প্ৰগতি আৰু সমৃদ্ধিৰ নতুন শিখৰত আৰোহন কৰি থাকো আৰু আমাৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ সপোন পৰিপূৰণ কৰিবলৈ আৰু অধিক পৰিশ্ৰম কৰো।"

 

***

DS/SH/SB


(रिलीज़ आईडी: 1787069) आगंतुक पटल : 185
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Kannada , Malayalam