প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

ৰাজ্য সভাৰ সাংসদ ড০ মহেন্দ্ৰ প্ৰসাদৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

Posted On: 27 DEC 2021 11:22AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্য সভাৰ সাংসদ ড০ মহেন্দ্ৰ প্ৰসাদৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাজ্য সভাৰ সাংসদ ড০ মহেন্দ্ৰ প্ৰসাদ জীৰ বিয়োগত দুঃখিত হৈছো৷ তেওঁ বহু বছৰ ধৰি সংসদত সেৱা আগবঢ়াই আহিছে আৰু বিভিন্ন সেৱামূলক প্ৰচেষ্টাত অগ্ৰণী ভূমিকা পালন কৰিছিল৷ তেওঁ সদায় বিহাৰ আৰু ইয়াৰ জনসাধাৰণৰ কল্যানৰ হকে মাত মাতিছিল৷ তেওঁৰ পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো৷ ঔম শান্তি৷”

 

***

DS/SH/DB



(Release ID: 1786010) Visitor Counter : 150