প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জয়ন্তী উপলক্ষে অটল বিহাৰী বাজপেয়ীক স্মৰণ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 25 DEC 2021 9:37AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জয়ন্তী উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে

টি টুইট প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"জয়ন্তী উপলক্ষে আদৰণীয় অটল জী লৈ কৌটি-কৌটি প্ৰাৰ্থনা জনালো।

অটল জীক তেওঁৰ জয়ন্তী স্মৰণ কৰিছো। আমি ৰাষ্ট্ৰখনৰ প্ৰতি তেওঁৰ সমৃদ্ধ সেৱাৰদ্বাৰা অনুপ্ৰাণিত হৈছো। তেওঁ ভাৰতক শক্তিশালী আৰু উন্নত কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

তেওঁৰ উন্নয়নমূলক পদক্ষেপৰাজিয়ে লাখ-লাখ ভাৰতীয়ক ইতিবাচকভাৱে প্ৰভাৱিত কৰিছ।"

***

DS/SH/SB


(रिलीज़ आईडी: 1785377) आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam