প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০২১ বৰ্ষৰ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বীপত ৰূপৰ পদক জয়ৰ বাবে কিদাম্বী শ্ৰীকান্তক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 20 DEC 2021 12:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ বৰ্ষৰ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বীপত ৰূপৰ পদক জয়ৰ বাবে কিদাম্বী শ্ৰীকান্তক অভিনন্দন জ্ঞাপন কৰিছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ঐতিহাসিক ৰূপৰ পদক জয়ৰ বাবে @srikidambiক অভিনন্দন জনাইছো৷ এই বিজয়ে বহু ক্ৰীড়াবিদক অনুপ্ৰাণিত কৰাৰ লগতে বেডমিণ্টনৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব৷”

 

***

DS/SH/DB


(Release ID: 1784079) Visitor Counter : 160