প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পূণ্য তিথিত চৰ্দাৰ পেটেলক প্ৰধানমন্ত্ৰীৰ স্মৰণ

Posted On: 15 DEC 2021 11:21AM by PIB Guwahati

চৰ্দাৰ পেটেললৈ তেওঁৰ পূণ্য তিথিত শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;

“চৰ্দাৰ পেটেলক তেওঁৰ পূণ্য তিথিত স্মৰণ কৰিছো। স্মৰণীয় সেৱা, তেওঁৰ প্ৰশাসনীয় দক্ষতা আৰু আমাৰ ৰাষ্ট্ৰক একত্ৰিত কৰাৰ বাবে তেওঁ কৰা নিৰলস প্ৰয়াসৰ বাবে তেওঁৰ প্ৰতি ভাৰত সদায়ে কৃতজ্ঞ হৈ থাকিব”।

 

***

DS/SH/KB



(Release ID: 1782474) Visitor Counter : 100