প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
15 DEC 2021 3:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
‘গ্ৰুপ কেপ্টেইন বৰুণ সিঙে গৰ্ব, শৌৰ্য আৰু চূড়ান্ত পেছাদাৰিত্বৰ সৈতে দেশৰ সেৱা আগবঢ়াইছিল। তেওঁৰ মৃত্যুত মই অত্যন্ত শোকাহত। ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ সমৃদ্ধ সেৱা কেতিয়াও পাহৰিব পৰা নাযাব। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।ওম শান্তি।’
***
DS/SH/KG
(ৰিলিজ আই ডি : 1782472)
অতিথি কক্ষ : 133
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam