পোষ্ট কৰা হৈছে:
06 DEC 2021 9:57AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাপৰিনিৰ্বাণ দিৱসত ভাৰতৰত্ন বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে সংসদত বাবাচাহেবক পুষ্পাঞ্জলি জ্ঞাপন কৰে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;
"ভাৰতৰত্ন বাবাচাহেব ড০ ভীমৰাও আম্বেদকাৰক তেওঁৰ মহাপৰিনিৰ্বাণ দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।’’
*****
DS/SH/MANN