প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 NOV 2021 10:21AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে৷ তেওঁ শুভেচ্ছা জনাই কয় যে ভগৱান বিৰছা মুণ্ডাৰ ঐতিহাসিক ভূমিখণ্ডই বিকাশৰ পথত অগ্ৰসৰ হওক৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সমগ্ৰ ৰাজ্যবাসীক শুভেচ্ছা জনাইছো৷ আপোনালোকৰ বিশেষ সংস্কৃতিৰ লগতে ঐতিহাসিক স্বীকৃতি বজাই ৰখা ভগৱান বিৰছা মুণ্ডাৰ জন্মভূমিয়ে বিকাশৰ পথত অগ্ৰসৰ হওক, তাকে কামনা কৰিলো৷”

****

DS/AK/DB


(रिलीज़ आईडी: 1772596) आगंतुक पटल : 177
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam