প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav g20-india-2023

ভগৱান বিশ্বকৰ্মা জয়ন্তীত জনসাধাৰণক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

Posted On: 17 SEP 2021 11:27AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান বিশ্বকৰ্মা জয়ন্তী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।

 

এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

 

পৱিত্ৰ ভগৱান বিশ্বকৰ্মা জয়ন্তী উপলক্ষে আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। দেশবাসীৰ ওপৰত সদায়ে দেৱশিল্পীৰ কৃপা থাকক আৰু আমাৰ দেশে প্ৰগতি আৰু সমৃদ্ধিৰ নতুন শিখৰত উপনীত হওক। https://t.co/fq5KnPeKdV

 

****

DS/SH/KG



(Release ID: 1768456) Visitor Counter : 125