প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰতিষেধক প্ৰদানে ১০০কোটি পালিৰ ঘৰ অতিক্ৰম কৰাৰ পিচত চিকিত্সক আৰু নাৰ্ছসকলক কৃতজ্ঞতা প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
21 OCT 2021 10:55AM by PIB Guwahati
১০০কোটি পালি প্ৰতিষেধক প্ৰদান কৰাত অৰিহণা আগবঢ়োৱা দেশৰ চিকিত্সক, নাৰ্ছ তথা অন্যান্য বিষয়া-কৰ্মচাৰী আৰু সেৱাকৰ্মীলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
এক বাৰ্তাত, প্ৰধানমন্ত্ৰীয়ে কয়;
“ভাৰতে ইতিহাস ৰচনা কৰিলে।
ভাৰতীয় বিজ্ঞান, প্ৰতিষ্ঠান আৰু ১৩০কোটি ভাৰতীয়ৰ সংঘবদ্ধ আগ্ৰহে শিখৰ চোৱাৰ আমি সাক্ষী হ’লো।
১০০কোটি পালি প্ৰতিষেধক প্ৰদানৰ ঘৰ অতিক্ৰম কৰা ভাৰতক অভিনন্দন। আমাৰ চিকিত্সক, নাৰ্ছ আৰু এই সাফল্য আহৰণত অৰিহণা আগবঢ়োৱা সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছো।#VaccineCentury”
****
DS/SH/KB
(ৰিলিজ আই ডি : 1766495)
অতিথি কক্ষ : 168
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
Odia
,
Tamil
,
Kannada
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Telugu
,
Malayalam