প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰাণহানি হোৱাসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 19 OCT 2021 9:11PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

টুইটাৰযোগে এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰাণহানি হোৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছো৷ আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো৷ পীড়িত লোকসকলৰ উদ্ধাৰ কাৰ্য অব্যাহত আছে৷ মই সকলোৰে সুৰক্ষা আৰু কল্যানৰ বাবে প্ৰাৰ্থনা জনাইছো৷”

 

****

DS/SH/DB



(Release ID: 1765077) Visitor Counter : 113