প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্মদিন উপলক্ষে ড০ এপিজে আব্দুল কালামৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 OCT 2021 8:50AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এপিজে আব্দুল কালামৰ জন্মদিন উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “মিচাইল মেন হিচাপে খ্যাত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এপিজে আব্দুল কালামক তেওঁৰ জন্মদিনত প্ৰণিপাত জনাইছো৷ তেওঁ নিজৰ জীৱন ভাৰতক শক্তিশালী, সমৃদ্ধিশালী আৰু সামৰ্থ্যবান হিচাপে গঢ় দিয়াৰ প্ৰতি সমৰ্পন কৰিছিল৷ দেশবাসীৰ বাবে তেওঁ সদায় প্ৰেৰণাৰ উৎস হৈ ৰ’ব৷”

 

****

DS/SH/DB


(रिलीज़ आईडी: 1764670) आगंतुक पटल : 200
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam