পোষ্ট কৰা হৈছে:
15 OCT 2021 8:49AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়া দশমী উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"বিজয়া দশমীৰ পৱিত্ৰ উপলক্ষত সকলোকে জনালো অলেখ শুভকামনা।
বিজয়া দশমীৰ বিশেষ উপলক্ষত সকলোকে শুভেচ্ছা জনালো।"
****
DS/SH/SB