প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিজয়া দশমী উপলক্ষে সকলোকে শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 OCT 2021 8:49AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়া দশমী উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"বিজয়া দশমীৰ পৱিত্ৰ উপলক্ষত সকলোকে জনালো অলেখ শুভকামনা।

বিজয়া দশমীৰ বিশেষ উপলক্ষত সকলোকে শুভেচ্ছা জনালো।"

 

****

DS/SH/SB


(रिलीज़ आईडी: 1764645) आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam