প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৰৱেৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত মহামহিম জোনাছ গহৰ ষ্ট'ৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 16 OCT 2021 9:25PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱেৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত মহামহিম জোনাছ গহৰ ষ্ট'ৰক অভিনন্দন জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"নৰৱেৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত @jonasgahrstore ক জনালো অভিনন্দন। মই ভাৰত-নৰৱেৰ সম্পৰ্কৰ অধিক সুদৃঢ়কৰণৰ অৰ্থে আপোনাৰ সৈতে নিবিড়ভাৱে কাম কৰিবলৈ আগ্ৰহী হৈ উঠিছো।"

 

****

DS/SH/SB


(रिलीज़ आईडी: 1764642) आगंतुक पटल : 226
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam