প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উত্তৰপ্ৰদেশৰ পথ দূৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক; পীড়িতসকললৈ পিএমএনআৰএফৰ পৰা এককালীন সাহাৰ্য ঘোষণা
Posted On:
07 OCT 2021 11:35AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ বাৰাবাংকীত সংঘটিত পথ দূৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে৷ প্ৰধানমন্ত্ৰীয়ে লগতে পীড়িতসকললৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পূঁজি (পিএমএনআৰএফ)ৰ পৰা এককালীন সাহাৰ্য ঘোষণা কৰে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ টুইটাৰত কয়, “ উত্তৰপ্ৰদেশৰ বাৰাবাংকীৰ পথ দুৰ্ঘটনাক লৈ দুঃখিত হৈছো৷ যিসকল লোকে প্ৰাণ হেৰুৱালে, সেইসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো৷ আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো৷ প্ৰতিগৰাকী নিহতৰ আত্মীয়লৈ ২ লাখকৈ আৰু আহতসকলক ৫০,০০০কৈ প্ৰদান কৰা হ’বঃ PM @narendramodi"
***
DS/SH/DB
(Release ID: 1763908)
Visitor Counter : 151
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam