পোষ্ট কৰা হৈছে:
07 SEP 2021 3:00PM by PIB Guwahati
শ্ৰী গুৰু গ্রন্থ চাহিব জীৰ প্ৰকাশ পূৰৱৰ পৱিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;
"শ্ৰী গুৰু গ্রন্থ চাহিব জীৰ প্ৰকাশ পূৰৱৰ পৱিত্ৰ উপলক্ষত জনসাধাৰণক শুভেচ্ছা জনাইছো, যাৰ সহানুভূতি, ন্যায় আৰু সমতাৰ ওপৰত গুৰুত্ব আৰোপেৰে মহান নীতিৰাজিয়ে সমগ্ৰ মানৱজাতিকে চালিত কৰিছে।"
***
DS/SH/SB