প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী গুৰু গ্রন্থ চাহিব জীৰ প্ৰকাশ পূৰৱ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 07 SEP 2021 3:00PM by PIB Guwahati

শ্ৰী গুৰু গ্রন্থ চাহিব জীৰ প্ৰকাশ পূৰৱৰ পৱিত্ৰ উপলক্ষত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

এটি টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"শ্ৰী গুৰু গ্রন্থ চাহিব জীৰ প্ৰকাশ পূৰৱৰ পৱিত্ৰ উপলক্ষত জনসাধাৰণক শুভেচ্ছা জনাইছো, যাৰ সহানুভূতি, ন্যায় আৰু সমতাৰ ওপৰত গুৰুত্ব আৰোপেৰে মহান নীতিৰাজিয়ে সমগ্ৰ মানৱজাতিকে চালিত কৰিছে।"

***

DS/SH/SB


(रिलीज़ आईडी: 1763876) आगंतुक पटल : 203
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada