প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহালয়াৰ উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
পোষ্ট কৰা হৈছে:
06 OCT 2021 9:50AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহালয়া উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
"শুভমহালয়া!
আমি মা দুৰ্গাৰ ওচৰত প্ৰণিপাত জনাইছো আৰু আমাৰ ধৰাৰ মঙ্গলৰ বাবে আৰু আমাৰ নাগৰিকসকলৰ কল্যাণৰ বাবে তেওঁৰ আশীৰ্বাদ বিচাৰিছোঁ। অনাগত সময়ত সকলোৱে সুখী আৰু স্বাস্থ্যৱান হওঁক। "
***
DS/SH/RD
(ৰিলিজ আই ডি : 1762037)
অতিথি কক্ষ : 207
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam