প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৩৮সংখ্যক প্রগতিৰ বৈঠক অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
29 SEP 2021 6:25PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে সক্ৰিয় প্ৰশাসন আৰু কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে নির্দিষ্ট সময়ত ৰূপায়ণৰ সৈতে জড়িত আইচিটিভিত্তিক বহুস্তৰীয় মঞ্চ প্রগতিৰ ৩৮সংখ্যক বৈঠকত অধ্যক্ষতা কৰে৷
৩৮সংখ্যক বৈঠকত ৮টা প্রকল্পৰ পর্যালোচনা কৰা হয়৷ সেইবোৰৰ ভিতৰত চাৰিটা ৰে’ল মন্ত্ৰালয়ৰ, ২টা বিদ্যুৎ মন্ত্ৰালয়ৰ আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ ১টাকৈ প্রকল্প আছে। ওড়িশা, অন্ধ্রপ্রদেশ, বিহাৰ, ঝাৰখণ্ড, মধ্যপ্রদেশ, মহাৰাষ্ট্র, হৰিয়ানাকে ধৰি সাতখন ৰাজ্যত ৰূপায়ণ হৈ থকা এই প্রকল্পসমূহৰ বাবে মুঠ ৫০,০০০ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে।
উল্লেখ্য যে প্রগতিৰ ৩৭সংখ্যক বৈঠকত ২৯৭টা প্রকল্পৰ পর্যালোচনা কৰা হৈছিল, যাৰবাবে ১৪.৩৯ লাখ কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে।
****
DS/AKJ/DB
(रिलीज़ आईडी: 1762027)
आगंतुक पटल : 254
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam