প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্রপতিৰ জন্মদিন উপলক্ষে প্রধানমন্ত্রীৰ শুভেচ্ছা
प्रविष्टि तिथि:
01 OCT 2021 9:59AM by PIB Guwahati
ৰাষ্ট্রপতি শ্রী ৰামনাথ কোৱিন্দৰ জন্মদিন উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে তেওঁক শুভেচ্ছা জনায়।
টুইটাৰযোগে এক বার্তাত প্রধানমন্ত্রীয়ে কয়, “ৰাষ্ট্রপতিজীক জন্মদিনৰ শুভেচ্ছা জনাইছো। তেওঁৰ নিজৰ বিনয়ী স্বভাৱৰ বাবে সমগ্ৰ দেশবাসীৰ মাজত জনপ্ৰিয় হৈ পৰিছে৷ দৰিদ্র আৰু সমাজৰ প্রান্তীয় লোকসকলৰ সবলীকৰণৰ বাবে তেওঁৰ প্ৰচেষ্টা সমগ্ৰ দেশৰ বাবে নিদৰ্শন হৈ পৰিছে৷ মই তেওঁৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ভগৱানৰ ওচৰত প্রার্থনা জনাইছো৷”
****
DS/SH/DB
(रिलीज़ आईडी: 1761107)
आगंतुक पटल : 206
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam