প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্মদিন উপলক্ষে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 26 SEP 2021 3:11PM by PIB Guwahati

প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং জীৰ জন্মদিন উপলক্ষে তেওঁক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং জীক জন্মদিনৰ শুভেচ্ছা জনালো। মই তেওঁৰ দীৰ্ঘায়ু আৰু সু স্বাস্থ্য কামনা কৰিলো।"

***

DS/SH/SB


(रिलीज़ आईडी: 1760780) आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Manipuri , English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam