প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্রধানমন্ত্রীৰ সৈতে কোৱালকমৰ মুখ্য কার্যনির্বাহী বিষয়া মিঃ ক্রিশ্চিয়ানো আমনৰ বৈঠক
प्रविष्टि तिथि:
23 SEP 2021 8:07PM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি কোৱালকমৰ মুখ্য কার্যনির্বাহী বিষয়া মিঃ ক্রিশ্চিয়ানো আমনৰ সৈতে বৈঠক কৰিছে।
বৈঠকত তেওঁলোকে ভাৰতত টেলিযোগাযোগ আৰু বৈদ্যুতিন ক্ষেত্রত বিনিয়োগৰ সুযোগ আৰু সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰে। তদুপৰি বৈদ্যুতিন ব্যৱস্থাৰ নক্সা আৰু উৎপাদনৰ বাবে উৎসাহ ভিত্তিক উৎপাদন প্রকল্প তথা ভাৰতত ছেমিকণ্ডাক্টৰৰ সৰবৰাহ শৃঙ্খল প্ৰস্তুত কৰাক লৈ কথা হৈছে। ভাৰতত স্থানীয় উদ্ভাৱন ব্যৱস্থাপনাৰ বাবে কৌশলক লৈও আলোচনা হৈছে ।
****
DS/AK
(रिलीज़ आईडी: 1759944)
आगंतुक पटल : 208
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam